বেগম আখতাৰ চুলেইমান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
 
17 নং শাৰী: 17 নং শাৰী:
| relatives = হুছেইন শ্বাহিদ ছুহৰাৱাৰ্ডী(পিতৃ)
| relatives = হুছেইন শ্বাহিদ ছুহৰাৱাৰ্ডী(পিতৃ)
}}
}}
'''বেগম আখতাৰ চুলেইমান''' ({{lang-en| Begum Akhtar Sulaiman, ১৯২২-১৯৮২}}) এগৰাকী পাকিস্তানী-বাঙালী সমাজকৰ্মী, ৰাজনৈতিক কৰ্মী আৰু পাকিস্তানৰ পঞ্চম প্ৰধানমন্ত্ৰী হুছেইন শ্বহীদ ছুহৰাৱাৰ্ডীৰ কন্যা আছিল।<ref name="KhannaSudarshan1998">{{cite book|author1=S. K. Khanna|author2=K. N. Sudarshan|title=Encyclopaedia of South Asia: Bangladesh|url=https://books.google.com/books?id=rxovo8OHcnQC&pg=PA29|year=1998|publisher=APH Publishing|isbn=978-81-7024-919-1|pages=29–}}</ref><ref name="Rehmatullah2002">{{cite book|author=Shireen Rehmatullah|title=Social Welfare in Pakistan|url=https://books.google.com/books?id=d1e6AAAAIAAJ|year=2002|page=300|publisher=Oxford University Press|isbn=978-0-19-579632-2}}</ref> বেগম আখতাৰ চুলেইমান ১৯৭১ চনৰ যুদ্ধৰ সময়ত ইয়াহ্যা খানৰ শাসনক সমৰ্থন কৰিবলৈ মৰসাহ কৰি ওলাই আহিছিল। সেই সময়ত তেওঁ ছুহৰাৱাৰ্ডী পৰিয়ালৰ হৈ কেইবাটাও বক্তব্য দিছিল যে, তেওঁৰ পিতৃয়ে পাকিস্তানৰ ওপৰত বিশ্বাস ৰাখে।<ref>{{cite web| url = https://www.dhakatribune.com/obituary/2019/02/11/rashid-suhrawardy-s-demise-end-of-an-era?fb_comment_id=2713298682014415_2715713648439585| title = The life and times of Rashid Suhrawardy {{!}} Dhaka Tribune| date = 11 February 2019}} </ref><ref>{{cite web | url=https://archive.pakistantoday.com.pk/2019/02/17/exeunt-rashid-suhrawardy/ | title=Exeunt Rashid Suhrawardy &#124; Pakistan Today }}</ref> তেওঁৰ কন্যা শ্বাহিদা জামিলে পাকিস্তানৰ প্ৰথমগৰাকী মহিলা ফেডাৰেল আইন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বেগম চুলেইমানে বাংলাদেশৰ মুক্তিযুদ্ধৰ বিৰোধীতা কৰি ঢাকা টেলিভিছন কেন্দ্ৰত এক সাক্ষাৎকাৰ দিছিল৷ তেওঁ পাকিস্তানৰ অখণ্ডতাৰ প্ৰতি সমৰ্থিত আছিল৷<ref name="১২">{{cite web | url=https://songramernotebook.com/archives/11065 | title=বেগম চুলেইমান | accessdate=20 March 2024}}</ref> আনকি তেওঁ শ্বেখ মুজিবুৰ ৰহমানৰ লগ ধৰি এনে দাবী প্ৰত্যাহাৰ কৰিবলৈয়ো অনুৰোধ কৰিছিল৷<ref name="৩">{{cite web | url=https://www.ebanglalibrary.com/55796/%E0%A7%A9%E0%A7%A8-%E0%A6%B9%E0%A7%8B%E0%A6%B8%E0%A7%87%E0%A6%A8-%E0%A6%B6%E0%A6%B9%E0%A7%80%E0%A6%A6-%E0%A6%B8%E0%A7%8B%E0%A6%B9%E0%A6%B0%E0%A6%BE%E0%A6%93%E0%A7%9F%E0%A6%BE%E0%A6%B0%E0%A7%8D/ | title=মুক্তিযুদ্ধ | accessdate=20 March 2024}}</ref>
'''বেগম আখতাৰ চুলেইমান''' ({{lang-en| Begum Akhtar Sulaiman, ১৯২২-১৯৮২}}) এগৰাকী পাকিস্তানী-বাঙালী সমাজকৰ্মী, ৰাজনৈতিক কৰ্মী আৰু পাকিস্তানৰ পঞ্চম প্ৰধানমন্ত্ৰী হুছেইন শ্বহীদ ছুহৰাৱাৰ্ডীৰ কন্যা আছিল।<ref name="KhannaSudarshan1998">{{cite book|author1=S. K. Khanna|author2=K. N. Sudarshan|title=Encyclopaedia of South Asia: Bangladesh|url=https://books.google.com/books?id=rxovo8OHcnQC&pg=PA29|year=1998|publisher=APH Publishing|isbn=978-81-7024-919-1|pages=29–}}</ref><ref name="Rehmatullah2002">{{cite book|author=Shireen Rehmatullah|title=Social Welfare in Pakistan|url=https://books.google.com/books?id=d1e6AAAAIAAJ|year=2002|page=300|publisher=Oxford University Press|isbn=978-0-19-579632-2}}</ref> বেগম আখতাৰ চুলেইমান ১৯৭১ চনৰ যুদ্ধৰ সময়ত ইয়াহ্যা খানৰ শাসনক সমৰ্থন কৰিবলৈ মৰসাহ কৰি ওলাই আহিছিল। সেই সময়ত তেওঁ ছুহৰাৱাৰ্ডী পৰিয়ালৰ হৈ কেইবাটাও বক্তব্য দিছিল যে, তেওঁৰ পিতৃয়ে পাকিস্তানৰ ওপৰত বিশ্বাস ৰাখে।<ref>{{cite web| url = https://www.dhakatribune.com/obituary/2019/02/11/rashid-suhrawardy-s-demise-end-of-an-era?fb_comment_id=2713298682014415_2715713648439585| title = The life and times of Rashid Suhrawardy {{!}} Dhaka Tribune| date = 11 February 2019}} </ref><ref>{{cite web | url=https://archive.pakistantoday.com.pk/2019/02/17/exeunt-rashid-suhrawardy/ | title=Exeunt Rashid Suhrawardy &#124; Pakistan Today | access-date=2024-03-20 | archivedate=2022-03-05 | archiveurl=https://web.archive.org/web/20220305055827/https://archive.pakistantoday.com.pk/2019/02/17/exeunt-rashid-suhrawardy/ | deadurl=yes }}</ref> তেওঁৰ কন্যা শ্বাহিদা জামিলে পাকিস্তানৰ প্ৰথমগৰাকী মহিলা ফেডাৰেল আইন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বেগম চুলেইমানে বাংলাদেশৰ মুক্তিযুদ্ধৰ বিৰোধীতা কৰি ঢাকা টেলিভিছন কেন্দ্ৰত এক সাক্ষাৎকাৰ দিছিল৷ তেওঁ পাকিস্তানৰ অখণ্ডতাৰ প্ৰতি সমৰ্থিত আছিল৷<ref name="১২">{{cite web | url=https://songramernotebook.com/archives/11065 | title=বেগম চুলেইমান | accessdate=20 March 2024}}</ref> আনকি তেওঁ শ্বেখ মুজিবুৰ ৰহমানৰ লগ ধৰি এনে দাবী প্ৰত্যাহাৰ কৰিবলৈয়ো অনুৰোধ কৰিছিল৷<ref name="৩">{{cite web | url=https://www.ebanglalibrary.com/55796/%E0%A7%A9%E0%A7%A8-%E0%A6%B9%E0%A7%8B%E0%A6%B8%E0%A7%87%E0%A6%A8-%E0%A6%B6%E0%A6%B9%E0%A7%80%E0%A6%A6-%E0%A6%B8%E0%A7%8B%E0%A6%B9%E0%A6%B0%E0%A6%BE%E0%A6%93%E0%A7%9F%E0%A6%BE%E0%A6%B0%E0%A7%8D/ | title=মুক্তিযুদ্ধ | accessdate=20 March 2024}}</ref>
==পৰিয়াল==
==পৰিয়াল==
বেগম আখতাৰ চুলেইমানৰ বিবাহ হৈছিল শ্বাহ আহমেদ চুলেইমানৰ লগত, যি পাকিস্তানৰ ন্যায় বিধায়ক ছাৰ শ্বাহ চুলাইমানৰ পুত্ৰ আৰু এন্টিবায়টিক আৰু অন্যান্য চিকিৎসা সামগ্ৰীৰ ব্যৱসায় কৰা বৃহৎ ব্ৰিটিছ ৰপ্তানি-আমদানি কোম্পানী এটাৰ কৰাচী মেনেজাৰ আছিল৷ তেওঁলোকৰ এটা সন্তান আছিল, নাম, শ্বাহিদা জামিল, যি পিছলৈ প্ৰথম মহিলা পাকিস্তানৰ ফেডাৰেল আইন মন্ত্ৰী হৈছিল। শ্বাহিদা জামিলৰ দুজন পুত্ৰ আছিল, নাম জাহিদ জামিল, পাকিস্তানৰ এজন অধিবক্তা; আৰু শ্বাহিদ জামিল, চিকাগোৰ এজন অধিবক্তা।
বেগম আখতাৰ চুলেইমানৰ বিবাহ হৈছিল শ্বাহ আহমেদ চুলেইমানৰ লগত, যি পাকিস্তানৰ ন্যায় বিধায়ক ছাৰ শ্বাহ চুলাইমানৰ পুত্ৰ আৰু এন্টিবায়টিক আৰু অন্যান্য চিকিৎসা সামগ্ৰীৰ ব্যৱসায় কৰা বৃহৎ ব্ৰিটিছ ৰপ্তানি-আমদানি কোম্পানী এটাৰ কৰাচী মেনেজাৰ আছিল৷ তেওঁলোকৰ এটা সন্তান আছিল, নাম, শ্বাহিদা জামিল, যি পিছলৈ প্ৰথম মহিলা পাকিস্তানৰ ফেডাৰেল আইন মন্ত্ৰী হৈছিল। শ্বাহিদা জামিলৰ দুজন পুত্ৰ আছিল, নাম জাহিদ জামিল, পাকিস্তানৰ এজন অধিবক্তা; আৰু শ্বাহিদ জামিল, চিকাগোৰ এজন অধিবক্তা।

16:42, 25 April 2024 অনুযায়ী বৰ্তমান সংস্কৰণ

বেগম আখতাৰ চুলেইমান

পাকিস্তানৰ ৰাজনৈতিক নেত্ৰী বেগম আখতাৰ চুলেইমান
জন্ম ১৯২২
মৃত্যু ১৯৮২
আত্মীয়-স্বজন হুছেইন শ্বাহিদ ছুহৰাৱাৰ্ডী(পিতৃ)

বেগম আখতাৰ চুলেইমান (ইংৰাজী: Begum Akhtar Sulaiman, ১৯২২-১৯৮২) এগৰাকী পাকিস্তানী-বাঙালী সমাজকৰ্মী, ৰাজনৈতিক কৰ্মী আৰু পাকিস্তানৰ পঞ্চম প্ৰধানমন্ত্ৰী হুছেইন শ্বহীদ ছুহৰাৱাৰ্ডীৰ কন্যা আছিল।[1][2] বেগম আখতাৰ চুলেইমান ১৯৭১ চনৰ যুদ্ধৰ সময়ত ইয়াহ্যা খানৰ শাসনক সমৰ্থন কৰিবলৈ মৰসাহ কৰি ওলাই আহিছিল। সেই সময়ত তেওঁ ছুহৰাৱাৰ্ডী পৰিয়ালৰ হৈ কেইবাটাও বক্তব্য দিছিল যে, তেওঁৰ পিতৃয়ে পাকিস্তানৰ ওপৰত বিশ্বাস ৰাখে।[3][4] তেওঁৰ কন্যা শ্বাহিদা জামিলে পাকিস্তানৰ প্ৰথমগৰাকী মহিলা ফেডাৰেল আইন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বেগম চুলেইমানে বাংলাদেশৰ মুক্তিযুদ্ধৰ বিৰোধীতা কৰি ঢাকা টেলিভিছন কেন্দ্ৰত এক সাক্ষাৎকাৰ দিছিল৷ তেওঁ পাকিস্তানৰ অখণ্ডতাৰ প্ৰতি সমৰ্থিত আছিল৷[5] আনকি তেওঁ শ্বেখ মুজিবুৰ ৰহমানৰ লগ ধৰি এনে দাবী প্ৰত্যাহাৰ কৰিবলৈয়ো অনুৰোধ কৰিছিল৷[6]

পৰিয়াল[সম্পাদনা কৰক]

বেগম আখতাৰ চুলেইমানৰ বিবাহ হৈছিল শ্বাহ আহমেদ চুলেইমানৰ লগত, যি পাকিস্তানৰ ন্যায় বিধায়ক ছাৰ শ্বাহ চুলাইমানৰ পুত্ৰ আৰু এন্টিবায়টিক আৰু অন্যান্য চিকিৎসা সামগ্ৰীৰ ব্যৱসায় কৰা বৃহৎ ব্ৰিটিছ ৰপ্তানি-আমদানি কোম্পানী এটাৰ কৰাচী মেনেজাৰ আছিল৷ তেওঁলোকৰ এটা সন্তান আছিল, নাম, শ্বাহিদা জামিল, যি পিছলৈ প্ৰথম মহিলা পাকিস্তানৰ ফেডাৰেল আইন মন্ত্ৰী হৈছিল। শ্বাহিদা জামিলৰ দুজন পুত্ৰ আছিল, নাম জাহিদ জামিল, পাকিস্তানৰ এজন অধিবক্তা; আৰু শ্বাহিদ জামিল, চিকাগোৰ এজন অধিবক্তা।

সমাজ সেৱা[সম্পাদনা কৰক]

বেগম চুলেইমানৰ নাগৰিক সেৱা আৰু দাতব্য কামৰ প্ৰতি আগ্ৰহ যথেষ্ট সৰুৰে পৰা আৰম্ভ হৈছিল। ১৯৪৬ চনত যেতিয়া ডাইৰেক্ট একচন ডে’ত দেশত হত্যাকাণ্ড সংঘটিত হৈছিল, তেতিয়া তেওঁ ঘণ্টাৰ পিছত ঘণ্টা দাঙ্গাৰ বলি হোৱা লোকসকলৰ দুখ-কষ্টৰ পৰা উপশম পাবলৈ কাম কৰিছিল। পিছলৈ তেওঁ বিধৱা আৰু শিশু গৃহ প্ৰতিষ্ঠা কৰে আৰু কিশোৰ অপৰাধৰ সৈতে মোকাবিলা কৰা অনাৰেৰী লেডী মেজিষ্ট্ৰেট হিচাপে নিযুক্তি লাভ কৰে। কলিকতাৰ ছোৱালী অনাথ আশ্ৰমৰ সন্মানীয় সম্পাদিকাও আছিল।

১৯৪৭ চনত পাকিস্তানে স্বাধীনতা লাভ কৰাৰ লগে লগে বেগম চুলেইমানে হিন্দু আৰু মুছলমানৰ সম্প্ৰীতি বৃদ্ধিৰ ক্ষেত্ৰত পিতৃয়ে কৰা প্ৰচেষ্টাত সহায় কৰিছিল আৰু সেই উদ্দেশ্যে ভাৰতত সংখ্যালঘু মুছলমানসকলৰ অভাৱ-অভিযোগ অধ্যয়ন কৰি তেওঁলোকৰ দুৰ্দশা কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰাৰ লগতে তেওঁলোকৰ প্ৰতিকাৰ বিচৰাটো তেওঁৰ বিশেষ চিন্তাৰ বিষয় আছিল।

১৯৪৮ চনত পাকিস্তানলৈ যোৱাৰ পিছত বেগম চুলেইমানে ভাৰতৰ পৰা পাকিস্তানলৈ প্ৰব্ৰজন কৰা শৰণাৰ্থীসকলৰ সৈতে কাম কৰিছিল যাতে তেওঁলোকৰ অৱস্থা উন্নত হয়। ১৯৫৬ চনত যেতিয়া তেওঁৰ বিপত্নীক পিতৃ হুছেইন শ্বাহিদ ছুহৰাৱাৰ্ডী পাকিস্তানৰ প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়া বেগম চুলেইমানে তেওঁৰ পৰিচাৰিকা হিচাপে কাম কৰিছিল, আৰু ১৯৫৭ চনৰ গ্ৰীষ্মকালত পিতৃৰ আমেৰিকা ভ্ৰমণ আৰু ১৯৫৬ চনৰ অক্টোবৰৰ চীনৰ ৰাষ্ট্ৰীয় ভ্ৰমণৰ সময়তো তেওঁ পিতৃৰ লগত গৈছিল।

তেওঁ কৰাচীৰ ছ’চাইটি ফৰ দ্য ৰিহেবিলিটেচন অৱ ক্ৰিপল্ড চিলড্ৰেনৰ সভানেত্ৰী আছিল৷ তদুপৰি তেওঁৰ আন বহুতো সামাজিক কাম-কাজৰ লগত জড়িত আছিল৷ তাৰ ভিতৰত আছিল শৰণাৰ্থী সমন্বয়ক পৰিষদৰ সভানেত্ৰী; পাকিস্তান গিল্ড ৱেলফেয়াৰ কাউন্সিল, কৰাচী অংশৰ সভাপতি; প্ৰাপ্তবয়স্ক অন্ধ কেন্দ্ৰৰ উপ-সভাপতি; অল পাকিস্তান চাইল্ড ৱেলফেয়াৰ কাউন্সিলৰ উপ-সভাপতি, নেচনেল কাউন্সিল ছ’চিয়েল ৱৰ্কছৰ কাৰ্যবাহী সংস্থাৰ সদস্য, পাকিস্তান ৰেড ক্ৰছৰ কাৰ্যবাহী সংস্থাৰ সদস্য আৰু কৰাচীৰ গাৰ্ল গাইডছ এছ’চিয়েশ্যনৰ জিলা আয়ুক্ত।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. S. K. Khanna; K. N. Sudarshan (1998). Encyclopaedia of South Asia: Bangladesh. APH Publishing. পৃষ্ঠা. 29–. ISBN 978-81-7024-919-1. https://books.google.com/books?id=rxovo8OHcnQC&pg=PA29. 
  2. Shireen Rehmatullah (2002). Social Welfare in Pakistan. Oxford University Press. পৃষ্ঠা. 300. ISBN 978-0-19-579632-2. https://books.google.com/books?id=d1e6AAAAIAAJ. 
  3. "The life and times of Rashid Suhrawardy | Dhaka Tribune". 11 February 2019. https://www.dhakatribune.com/obituary/2019/02/11/rashid-suhrawardy-s-demise-end-of-an-era?fb_comment_id=2713298682014415_2715713648439585. 
  4. "Exeunt Rashid Suhrawardy | Pakistan Today". Archived from the original on 2022-03-05. https://web.archive.org/web/20220305055827/https://archive.pakistantoday.com.pk/2019/02/17/exeunt-rashid-suhrawardy/। আহৰণ কৰা হৈছে: 2024-03-20. 
  5. "বেগম চুলেইমান". https://songramernotebook.com/archives/11065। আহৰণ কৰা হৈছে: 20 March 2024. 
  6. "মুক্তিযুদ্ধ". https://www.ebanglalibrary.com/55796/%E0%A7%A9%E0%A7%A8-%E0%A6%B9%E0%A7%8B%E0%A6%B8%E0%A7%87%E0%A6%A8-%E0%A6%B6%E0%A6%B9%E0%A7%80%E0%A6%A6-%E0%A6%B8%E0%A7%8B%E0%A6%B9%E0%A6%B0%E0%A6%BE%E0%A6%93%E0%A7%9F%E0%A6%BE%E0%A6%B0%E0%A7%8D/। আহৰণ কৰা হৈছে: 20 March 2024.